ভাৰতীয় মহিলা ক্ৰিকেট 'এ' দলত স্থান লাভ বোকাখাতৰ উমা ছেত্ৰীৰ : উৎফুল্লিত বোকাখাত :

ভাৰতীয় মহিলা ক্ৰিকেট 'এ' দলত স্থান লাভ বোকাখাতৰ উমা ছেত্ৰীৰ  : উৎফুল্লিত বোকাখাত  :
Aiidesh Photo

ভাৰতীয় মহিলা ক্ৰিকেট 'এ' দলত স্থান লাভ বোকাখাতৰ উমা ছেত্ৰীৰ  : উৎফুল্লিত বোকাখাত  : 

Aiidesh News:  25 May 2023 : 

অহা ১২ জুনৰ পৰা হংকংত অনুস্থিত হ'বলগীয়া মহিলা এছিয়া কাপ ক্ৰিকেটৰ বাবে ভাৰতীয় 'এ' দলত স্থান লাভ কৰিছে অসমৰ উমা ছেত্ৰীয়ে । উমা ছেত্ৰী বোকাখাতৰ কান্ধুলিমাৰী গাৱঁৰ জীয়ৰী । ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা উমাৰ ছেত্ৰীৰ এই সাফল্যত  উৎফুল্লিত হৈ পৰে সমগ্ৰ বোকাখাত ৷ উমা ছেত্ৰী কান্ধুলিমাৰী গাওঁ কৃষক লোকবাহাদুৰ ছেত্ৰী আৰু দীপা ছেত্ৰীৰ দুহিতা । উমা ছেত্ৰী এই সফলতাৰ বাবে বোকাখাতৰ বিভিন্ন দল সংগঠনে উমা ছেত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷

********