বাঁহ, বেত, ইকৰাৰ জুপুৰিত আইছ'লেটেড বেড

বাঁহ, বেত, ইকৰাৰ জুপুৰিত আইছ'লেটেড বেড
বাঁহ, বেত, ইকৰাৰ জুপুৰিত আইছ'লেটেড বেড
বাঁহ, বেত, ইকৰাৰ জুপুৰিত আইছ'লেটেড বেড
বাঁহ, বেত, ইকৰাৰ জুপুৰিত আইছ'লেটেড বেড

থাইলেণ্ড-ম্যানমাৰ সীমান্তৰ৷ থাইলেণ্ড-ম্যানমাৰ সীমান্তত এনেদৰে বাঁহ, বেত, ইকৰা আদিৰে সজোৱা হৈছে হাজাৰ হাজাৰ জুপুৰি৷ প্ৰতিটো জুপুৰিক আইছ'লেটেড বেড হিচাপে ব্যৱহাৰ কৰিছে থাই চৰকাৰে৷ এইসমূহ সৰু সৰু জুপুৰিত ৰখোৱা হৈছে একোজনকৈ লোকক৷চীন আৰু ম্যানমাৰত কৰ্তব্যৰত লোকসকলে স্বদেশ ম্যানমাৰলৈ উভতি আহি ম্যানমাৰৰ সীমান্তত উপস্থিত হৈছিল৷ কিন্তু কোৰোণা ভাইৰাছৰ বাবে সীমান্ত ছীল কৰাৰ বাবে ম্যানমাৰৰ লোকসকল সীমান্তত বন্দী হৈ পৰে৷ তথ্য মতে, প্ৰায় পঞ্চাশ হাজাৰ ম্যানমাৰৰ লোক এইপৰ্যন্ত আবদ্ধ হৈ আছে সীমান্তত৷ সকলোকে সীমান্তত সজোৱা এই জুপুৰি সমূহত ৰখোৱা হৈছে৷ জুপুৰিসমূহত সকলো বাৰ্মিজ লোকে থাই চৰকাৰে দিয়া নিৰ্দেশ মৰ্মে প্ৰণালীবদ্ধভাৱে আছে৷ কোনেও নিয়ম ভংগ কৰা নাই৷