মৰাণত ৬ দিনৰ বাবে বন্ধ থাকিব সকলো ব্যৱসায়ী প্ৰতিষ্ঠান

মৰাণত আজিৰে পৰা ৬ দিনৰ বাবে বন্ধ থাকিব সকলো ব্যৱসায়ী প্ৰতিষ্ঠান I কৰো'না ভাইৰাচৰ গণসংক্ৰমৰ আকংক্ষা বৃদ্ধি পাইছে মৰাণত ।  কালি দিনটোত মৰাণত ৪৪ জনৰ দেহত কভিড' - ১৯ পজিটিভ ধৰা পৰিছে । এনে পৰিপেক্ষিতত মৰাণ ব্যৱসায়ী সন্থাই নিজাববীয়াকৈ ৪ দিনৰ বাবে লক ডাউন ঘোষণা কৰিছে । আনহাতে শনি আাৰু দেওবাৰে যিহেতু সাপ্তাহিক লক ডাউন পৰিছে এনে ক্ষেত্ৰত মৰাণত আজিৰে পৰা ৬ দিনৰ বাবে বন্ধ থাকিব সকলো ব্যৱসায়ী প্ৰতিষ্ঠান । এই দেশ মৰাণ I