বলিউডৰ বিখ্যাত অভিনেতা ঋষি কাপুৰৰ মৃত্যু
বলিউডৰ বিখ্যাত অভিনেতা ঋষি কাপুৰৰ মৃত্যু
মুম্বাইৰ এছ.এন ৰিলায়েন্স হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা জনে, কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী, টুইট যোগে অমিতাভ বচ্চনৰ শোক প্ৰকাশ







