১৩ মে' ২০২০, আজিৰ শিৰোনাম

১৩ মে' ২০২০, আজিৰ শিৰোনাম ► অহা সপ্তাহৰ পৰা উচ্চতম ন্যায়ালয়ত আৰম্ভ হ’ব স্বাভাৱিক শুনানি ► অৱশেষত বিয়া ঠিক হ’ল ‘বাহুবলী’ৰ ভল্লালদেৱ ৰাণা দাগুবাট্টিৰ ► মেঘালয়ৰ পৰা হাটশিঙিমাৰী হৈ নাৱেৰে ধুবুৰীলৈ আহিছে অসংখ্য লোক ► আইপিএল নহ’লে ৪ হাজাৰ কোটি লোকচান হ’ব বিচিচিআইৰ ► লকডাউনত ৪৫ কোটি টকাৰ মাংস–কণী বিক্রী ► ৰাজ্যৰ গাহৰি পালকে পাব ক্ষতিপূৰণ : মন্ত্রী বৰা ► গুৱাহাটীৰ আক্রান্ত ৭জনৰে নাই ট্রেভেল হিষ্ট্রী ► যোৰহাটত আফ্রিকান ছোৱাইন ফিভাৰ সদৃশ ৰোগত ৬৩টা গাহৰিৰ মৃত্যু ► অসম আৰক্ষীলৈ অমৃত চিমেণ্টৰ সাহায্য ► লিচুবাৰী ব্যৱসায়ী সমিতি আৰু গাঁওৰক্ষীৰ ছেনিটাইজাৰ প্ৰদান ► প্ৰকৃত উদ্যোগী তথা কৰ্মীক এই লক ডাউনে প্ৰভাম্বিত কৰিব পৰা নাই ► মায়ানগৰী মুম্বাইত আবদ্ধ ZEE TV ৰ Dance Plus ত অংশ গ্ৰহণ কৰা অসমৰ যোৰহাটৰ যুৱক