১৩ মে' ২০২০, ইতিহাসত আজিৰ দিনটো

১৩ মে' হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩তম (অধিবৰ্ষত ১৩৪তম) দিন। বছৰ শেষ হ'বলৈ ২৩২ দিন বাকী আছে

১৯৬২ - চনৰ এই দিনটোত ডা: সর্বপল্লী ৰাধাকৃষ্ণাণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্রপতি হিচাপে শপত গ্ৰহণ কৰে।
১৯৬৭ - ভাৰতৰ প্রথম মুছলিম ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰে ডঃ জাকিৰ হুচেইনে।
১৬৪৮ - চনত এই দিনটোতে মোগল সম্রাট শাহজাহানে দিল্লীত লালকিল্লা নির্মাণৰ কাম আৰম্ভ কৰিছিল।
১৮০৯ - চনৰ এই দিনটোতে অস্ট্রিয়াৰ সেনাদলক পৰাভূত কৰি নেপোলিয়েনে ভিয়েনা দখল কৰে।
১৯০৫ - ফকৰুদ্দিন আলি আহমেদ, ভাৰতৰ পঞ্চম ৰাষ্ট্রপতিৰ জন্ম হয়। ।(মৃ. ১১/০২/১৯৭৭)
২০০১ - আৰ.কে.নাৰায়ণ প্রখ্যাত ভাৰতীয় লেখকৰ মৃত্যু ।(জ.১০/১০/১৯০৬)
১৯৬১ - গেৰি কুপাৰ মার্কিন চলচ্চিত্র অভিনেতাৰ মৃত্যু। (জ. ১৯০১)
২০১৯ - ডৰিছ ডে, মার্কিন চলচ্চিত্র অভিনেত্রী আৰু সঙ্গীতশিল্পীৰ মৃত্যু। (জ. ১৯২২)