অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন

অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন
অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন

 

অখিল গগৈ কৰোনাত আক্ৰান্ত হোৱা সন্দেহ, স্বাধীন ৰাষ্ট্ৰ এখনত কাৰাবন্দীয়ে নিম্নতম সা সুবিধাৰ পৰা বঞ্চিত হৈছে। লগতে কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে।. এই দেশ সোনাৰী ।