অসমত আৰু ৪জন কৰোনা আক্ৰান্ত
                        এইবাৰ গুৱাহাটীত চাৰিজন কোৰোণা পজিটিভ। ইয়াৰে এজন অসমৰ বাহিৰৰ পৰা অহা, বাকী তিনিজন গুৱাহাটীৰে বাসিন্দা। শিলচৰত ৪জন, গুৱাহাটীত ৪জন মুঠ ৮জন ৰোগী চিনাক্ত।অসমত মুঠ কোৰোণা ৰোগীৰ সংখ্যা হ'লগৈ ৫৩জন। হাস্পতালত চিকিৎসাধীন হৈ আছে মুঠ ১৮জন ব্যক্তি।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
