চীনত নির্মাণ আৰম্ভ বিশ্বৰ সর্ববৃহৎ ফুটবল ষ্টেডিয়াম

চীনত নির্মাণ আৰম্ভ বিশ্বৰ সর্ববৃহৎ ফুটবল ষ্টেডিয়াম
বিশ্বৰ সর্ববৃহৎ ফুটবল ষ্টেডিয়াম

মহামাৰী কৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে সমগ্র বিশ্বৰ ক্রীড়াক্ষেত্র স্তব্ধ হৈ থকাৰ সময়তে চীনে গুৱাংজো চহৰত বিশ্বৰ সর্ববৃহৎ ফুটবল ষ্টেডিয়ামৰ নির্মাণ কার্য আৰম্ভ কৰিছে৷ প্রায় এক লাখ দর্শকে একেলগে বহি খেল উপভোগ কৰিব পৰা অত্যাধুনিক ষ্টেডিয়ামখনৰ নির্মাণ কার্য যোৱা ১৬ এপ্রিলৰ পৰা আৰম্ভ হোৱা বুলি ষ্টেডিয়ামখনৰ নির্মাণ কোম্পানী এভাৰগ্রেণ্ডি গ্রুপে  সদৰী কৰে৷