শ্ৰীশ্ৰী শিৱ মন্দিৰ আৰু দুৰ্গা মন্দিৰ, ঢাপকটাৰ আৰোগ্য নিধিলৈ অনুদান

শ্ৰীশ্ৰী শিৱ মন্দিৰ আৰু দুৰ্গা মন্দিৰ, ঢাপকটাৰ আৰোগ্য নিধিলৈ অনুদান
শ্ৰীশ্ৰী শিৱ মন্দিৰ আৰু দুৰ্গা মন্দিৰ, ঢাপকটাৰ আৰোগ্য নিধিলৈ অনুদান

পশ্চিম যোৰহাটঃ বিশ্বত্ৰাস কৰোণা ভাইৰাছৰ বিৰুদ্ধে আৰম্ভ হোৱা মহাৰণত দৃঢ় পদক্ষেপ লোৱাৰ বাবে চৰকাৰৰলৈ বিভিন্নজনে আগবঢ়োনা দান-অনুদানৰ লগত সংগতি ৰাথি পশ্চিম যোৰলৈট শ্ৰী শ্ৰী শৱ মন্দিৰ আৰু দুৰ্গা মন্দিৰ পৰিচালনা সমিতিয়ে আজি চেকযোগে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকা যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি প্ৰদান কৰিছে। শিৱ মন্দিৰ পৰিচালনা সমিতিলৈ  অঞ্জন প্ৰতীম গগৈ,  জানিবলৈ দিয়ে।পশ্চিম যোৰহাটঃ বিশ্বত্ৰাস কৰোণা ভাইৰাছৰ বিৰুদ্ধে আৰম্ভ হোৱা মহাৰণত দৃঢ় পদক্ষেপ লোৱাৰ বাবে চৰকাৰৰলৈ বিভিন্নজনে আগবঢ়োনা দান-অনুদানৰ লগত সংগতি ৰাথি পশ্চিম যোৰলৈট শ্ৰী শ্ৰী শৱ মন্দিৰ আৰু দুৰ্গা মন্দিৰ পৰিচালনা সমিতিয়ে আজি চেকযোগে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকা যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি প্ৰদান কৰিছে। শিৱ মন্দিৰ পৰিচালনা সমিতিলৈ  অঞ্জন প্ৰতীম গগৈ,  জানিবলৈ দিয়ে।