এফচিআইৰ গুদামত ৪০ হাজাৰটন খাদ্যসামগ্রী নষ্ট

এফচিআইৰ গুদামত ৪০ হাজাৰটন খাদ্যসামগ্রী নষ্ট
এফচিআইৰ গুদামত ৪০ হাজাৰটন খাদ্যসামগ্রী নষ্ট

 

কেন্দ্রীয় চৰকাৰে ৮০ কোটি নাগৰিকক বিনামূলীয়া খাদ্য যোগান ধৰাৰ ঘোষণা কৰাৰ সময়তে বিগত ৬ বছৰত চৰকাৰী গুদামত অর্থাৎ এফচিআইৰ গুদামত ৪০ হাজাৰটন খাদ্যসামগ্রী নষ্ট হোৱাৰ তথ্য পোহৰলৈ আহিছে৷