হেৰাই যাৱ নেকি ইজৰাইলৰ এই আধা ফুলা কলিটি...

হেৰাই যাৱ নেকি ইজৰাইলৰ এই আধা ফুলা কলিটি...

এখনি নিষ্পাপ মুখ, দেখিলেই হিয়া-মন জুৰ পৰি যায়। পখিলা খেদি, ৰং-বিৰংৰ বেলুনলৈ,তাইৰ যাদু ভৰা হাঁহিৰে সকলোৰে মন মুহি পেলাই, এতিয়া যেন কলিতে মৰহি যাৱ এই ফুল পাঁহি। বিশ্বত্ৰাস কৰোণা ভাইৰাছত আক্ৰান্ত এই কণমানিজনী। তাই দেহত মাৰাত্মক বীজাণুয়ে ভয়ংকৰ ৰূপ পৰিগ্ৰহণ কৰিছে। ইছলামিক বিশ্ব ইজৰাইলত এতিয়া খ্ৰীষ্টান,ইহুদী, মুছলমান সকোৱে দোৱা কৰিছে কণমানিজনিক সুস্থ কৰি তোলাৰ বাবে নেদেখাজনৰ ওচৰত সঁচাকৈ এনেকৈ মৰহি াৱ নেকি কৰুণা কৱলত আমাৰ উত্তৰ প্ৰজন্ম...