১০ মে' ২০২০, আজিৰ দিনটোৰ শিৰোণাম

 

► আমচাঙত ঘৰে ঘৰে বন বিভাগৰ জাননীঃ গাৰোবস্তি–বতাহঘূলি-জনশিমলু খালি কৰক
► বহিঃৰাজ্যৰ পৰা অহা ১০ শতাংশই যাব নিবিচাৰে কোৱাৰেণ্টাইনত ► নৰ্থ ইষ্ট পাৱাৰ চলোৱেশ্বনে সাজিছে অটোমেটিক ছেনিটাইজাৰ যন্ত্ৰ
► শামুকীয়া গতিত চলিছে তিনিচুকীয়াৰ ডিৰাক–চুমণি মথাউৰি নিৰ্মাণৰ কাম
► যোৰহাটত উজনি অসমৰ ৭১ জনক কুৱাৰেণ্টাইন
► অনিৰ্দিষ্ট কাললৈ পুনৰ বন্ধ যোৰহাট-মাজুলীৰ ফেৰী সেৱা
► মুম্বাইৰ পৰা উভতি আহিছে জুবিন গাৰ্গ
► কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ
► কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত খৰ্গ বিহীন গঁড় মৃতদেহ উদ্ধাৰ
► জৰাজীৰ্ণ অৱস্থাত বহু পৰিয়ালৰ জীৱন নিৰ্বাহ,চৰকাৰী আঁচনিয়ে প্ৰকৃততে কাক ঢুকি পায়
► দক্ষিণ যোৰহাটৰ চৰ্দাৰ আলিত শিমলু পুলি ৰোপন
► মাতৃ দিৱসত এনেদৰে অনুভূতি ব্যক্ত কৰিলে বুহুজনে