১৬ মে' ২০২০ ইতিহাসৰ পাতত আজিৰ দিনটো

১৬ মে' ২০২০ ইতিহাসৰ পাতত আজিৰ দিনটো

► আজিৰ দিনটোতে এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় ১৯১১ চনত কলকাতাত।
► ১৯৭৫ চনৰ আজিৰ দিনটোতে ছিকিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
► ১৯৯১ চনত ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ই-পাকিস্তান’ বুলি ঘোষণা কৰে পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে।
► ভাৰতৰ ৬-১০ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হয় ১৯৯৭ চনৰ আজিৰ দিনটোতে।
► ১৯৯৯ কুৱেটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ সাব্যস্ত হয়।
► অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয় ১৯২৯ চনৰ আজিৰ দিনটোতে।
► ১৯০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ পূব আফ্ৰৰিকাৰ ৰাজধানী হিচাপে স্বীকৃত পায় নাইৰোবি।