১৫ মে' ২০২০, আজিৰ শিৰোনাম

১৫ মে' ২০২০, আজিৰ শিৰোনাম

► চেন্নাইৰ এখন বজাৰলৈ যোৱা ২৬০০ লোক পজিটিভ
► ট্রেক্টৰ কেলেংকাৰিঃ সঞ্চালক-মুখ্য অভিযন্তাৰ বিৰুদ্ধে চিআইডিত এজাহাৰ দাখিল
► পদপথত শাক-পাচলিৰ ব্যৱসায়, আৰক্ষীৰ অতপালিৰ অভিযোগ
► এই দেশৰ বাতৰিৰ প্ৰভাৱ, সাৰ পালে জিলা প্ৰশাসন
► পৰিৱৰ্তনৰ মলয়াই স্পৰ্শ কৰিব নে এই সকলক
► কৰ'না: বিশ্ব বেংকে ভাৰতক দিব এক বিলিয়ন ডলাৰ
► বিদ্যুৎ মাচুল ৰেহাই দিয়া নাই চৰকাৰে
► হিমন্ত বিশ্ব শৰ্মালৈ ২০২০ বৰ্ষৰ 'অসম সমন্বয় বঁটা
► ৪ মে’ৰ পাছত অহা ১২ হাজাৰ লোকৰ বিপৰীতে ১৮জন পজিটিভ অসমত
► অযোগ্য হিতাধিকাৰীক ৰেচন কাৰ্ড সমৰ্পণ কৰাৰ নিৰ্দেশ জাৰি জিলা প্ৰশাসনৰ