গোৱালপাৰাৰ আগিয়াত আৰক্ষীৰ অভিযান
                        গোৱালপাৰাৰ আগিয়াত আৰক্ষীৰ অভিযান ৷ বহু বিস্ফোৰক সামগ্ৰীসহ গ্ৰেপ্তাৰ দুজন লোকক ৷ বিক্ৰমাদিত্য ৰোহন দাস আৰু হামিদ আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ আৰক্ষীয়ে জব্দ .32 ৰিভলভা ১ টা, ২৩ জাই সজীৱ গুলী, স্প্ৰে ১ টা, দা ১ খন ৷ ML 05Q 3490 হোণ্ডা ইয়ন বাহনৰে গুৱাহাটীৰ পৰা লক্ষীপুৰলৈ গৈ আছিল লোক দুজন ৷ বেংক বা কোনো লোকক ডকাইটি কৰাৰ অভিসন্ধিৰে লক্ষীপুৰলৈ গৈছিল লোকদুজন
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
