ৰাষ্ট্ৰীয় উদ্যান হিচাবে পঞ্চাশ বৰ্ষ গৰকা কাজিৰঙালৈ এইদেশৰ শুভেচ্ছা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আজি ৰাষ্ট্ৰীয় উদ্যান হিচাবে পঞ্চাশ বৰ্ষ অতিক্ৰম কৰিছে ৷ আজিৰ পৰা ৫০ বৰ্ষৰ আগতে ১১ ফেব্ৰুৱাৰীত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল ৷ আজিৰ এই বিশেষ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ সুধা কণ্ঠৰ কালজয়ী গীতেৰে আ মাৰ আন্তৰিক শুভেচ্ছা ৷ গীতত কন্ঠ দান কৰিছে বোকাখাতৰ বিশিষ্ট কণ্ঠ শিল্পী অনুৰাগ শংকৰে ৷৷