সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতৰ খ্ৰীষ্টজ্যোতি স্কুলৰ প্ৰিনিষ্ঠা বৰাৰ দশম স্থান লাভ : উৎফুল্লিত বোকাখাত :

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতৰ খ্ৰীষ্টজ্যোতি স্কুলৰ প্ৰিনিষ্ঠা বৰাৰ দশম স্থান লাভ : উৎফুল্লিত বোকাখাত  :
Aiidesh Photo

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতৰ খ্ৰীষ্টজ্যোতি স্কুলৰ প্ৰিনিষ্ঠা বৰাৰ দশম স্থান লাভ : উৎফুল্লিত বোকাখাত  : 

Aiidesh News : 22 May 2023 : 

আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ছাত্ৰী প্ৰিনিষ্ঠা বৰাই সৰ্বমুঠ ৫৮৫ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ প্ৰিনিষ্ঠা বৰা বোকাখাতৰ কৈলাখাট গাঁওৰ নিবাসী লোক নিৰ্মান বিভাগৰ কনিষ্ঠ অভিযন্তা সূৰ্য বৰা আৰু ময়ুৰী শইকীয়া বৰাৰ কন্যা ৷ আজি ফলাফল ঘোষণাৰ পিচতেই প্ৰিনিষ্ঠা বৰাই অধ্যয়ন কৰা খ্ৰীষ্টজ্যোতি হাইস্কুলত উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ প্ৰিনিষ্ঠাক লৈ বিদ্যালয়খনৰ সমুহ ছাত্ৰ ছাত্ৰীয়ে শোভাযাত্ৰা উলিয়াই উৎফুল্লিত হৈ পৰে ৷ অগনন লোকে শুভেচ্ছা ওপচাই পেলায় প্ৰিনিষ্ঠা বৰাক ৷

**********