যোৰহাট জিলা সংগ্ৰহালয়ত অনুষ্ঠিত হয় শিলালিপি অধ্যয়ন আৰু পথালি পাহাৰ শিলালিপি শীৰ্ষক কৰ্মশালাৰ |

যোৰহাট জিলা সংগ্ৰহালয়ত অনুষ্ঠিত হয় শিলালিপি অধ্যয়ন আৰু পথালি পাহাৰ শিলালিপি শীৰ্ষক কৰ্মশালাৰ |

অসম চৰকাৰৰ খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ আৰু যোৰহাট জিলা সংগ্ৰহালয়ৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে  আজি প্ৰথম দিনা  জিলা সংগ্ৰহালয়ত অনুষ্ঠিত হয় শিলালিপি অধ্যয়ন আৰু পথালি পাহাৰ শিলালিপি শীৰ্ষক কৰ্মশালা । উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক শিলালিপিৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়ে ডিব্ৰুগড়ৰৰ বিশিষ্ট ব্যক্তি ভাস্কৰ বৰদলৈয়ে । এই কৰ্মশালাখনত কেইবাগৰাকী গৱেষক আৰু প্ৰৱক্তাইও অংশগ্ৰহণ কৰিছিল ।

-নেকিব আহমেদ