ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া :

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া :
Aiidesh Photo

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া :

Aiidesh News  :  14 August  :

স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত বোকাখাতলৈ গৌৰৱ কঢ়িয়ালে এগৰাকী আৰক্ষী বিষয়াই । স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত ঘোষিত হোৱা ৰাষ্ট্ৰপতিৰ সাহসিকতা পদকৰ বাবে নিৰ্বাচিত হৈছে বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰিদৰ্শক বিতোপন চুতীয়া । আৰক্ষী পৰিদৰ্শক হিচাবে বোকাখাতত যোগদান কৰাৰ পুৰ্বে কাৰ্বি আংলং জিলাত উপ পৰিদৰ্শক হৈ উগ্ৰপন্থীৰ বিৰোধী চলোৱা এক বিশেষ অভিযানত সাহসিকতা প্ৰদৰ্শন কৰাৰ বাবে বিতোপন চুতীয়ালৈ এই ৰাষ্ট্ৰপতিৰ বিশেষ সাহসিকতাৰ পদক আগবঢ়োৱা হৈছে ৷ আৰক্ষী পৰিদৰ্শক বিতোপন  চুতীয়া সম্প্ৰতি বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৷ আৰক্ষী পৰিদৰ্শক গৰাকীৰ এই সাফল্যত বোকাখাত প্ৰেছ ক্লাবৰ লগতে বিভিন্ন সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে ৷

*******