অখিল গগৈৰ মুক্তিৰ কামনাৰে দেৰগাঁৱত বন্তি প্ৰজ্বলন

অখিল গগৈৰ মুক্তিৰ কামনাৰে দেৰগাঁৱত বন্তি প্ৰজ্বলন

কৰাগাৰত বন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য কোৱৰ, বিটু সোনোৱাল আৰু মানস কোঁৱৰৰ আশু আৰোগ্য কামনা কৰি সোমবাৰে নিশা  কাকডোঙাৰ শিৱ মন্দিৰত ১০১ গছ বন্তি প্ৰজ্বলন কৰি নেদেখা জনৰ ওচৰত সেৱা জনায় কৃষক মুক্তি সংগ্ৰাম  সমিতি,টাই আহোম ছাত্ৰ সন্থা,চুতীয়া ছাত্ৰ সন্থা কাকডোঙা আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে সেৱা লৈ সকলোৱে আশু আৰোগ্য কামনা কৰি ।