অপৰিবৰ্তিত যোৰহাট নিমাতি বান পৰিস্থিতি

অপৰিবৰ্তিত যোৰহাট নিমাতি বান পৰিস্থিতি

অপৰিবৰ্তিত যোৰহাট নিমাতি বান পৰিস্থিতি । এতিয়াও বাঢ়ি আছে ব্ৰহ্মপুত্ৰৰ পানী । ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চল নিমাতিৰ কেইবাখনো গাঁও ইতিমধ্যে পানীৰ তলত । এই বান পীড়িত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ খবৰ লৈছে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰানা গোস্বামীয়ে । এখন টুলুঙা নাওত উঠি নিমাতি অঞ্চলত বান পৰিদৰ্শন কৰিছে প্ৰাক্তন বিধায়ক জনে ।