কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিবেশিত জুবিন গাৰ্গৰ কন্ঠত প্ৰথম অসমীয়া গীত

Aiidesh News  : 16 September 2024 : 

অসম জনপ্ৰিয় গায়ক গায়ক জুবিন গাৰ্গৰ কন্ঠত আৰু অতনু গৌতমৰ প্ৰযোজনাত কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিবেশিত প্ৰথমটো অসমীয়া গীত "টোপা টোপে" আজি দিনৰ ১২ বজাত ইউটিউবত প্ৰিমিয়াৰ অনুষ্ঠিত হ'ব ৷ চাবলৈ নেপাহৰিব অসমীয়া গীতৰ অন্য এক নতুন সংযোজন ৷ জুবিন গাৰ্গৰ কন্ঠত কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিবেশিত অসমীয়া গীত টোপা টোপে ৷

ইউটিউবত চাওঁক আজি দিনৰ ১২ বজাত https://youtu.be/KWVfxNjHC-Y  

*********