প্ৰতিলিটাৰ পেট্ৰ’লত ১০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি

প্ৰতিলিটাৰ পেট্ৰ’লত ১০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলত বৃদ্ধি কৰিলে আবকাৰী শুল্ক। চৰকাৰৰ নিৰ্দেশনা অনুসৰি, পেট্ৰল আৰু ডিজেলৰ ওপৰত Road Cess হিচাপে প্ৰতিলিটাৰ ৮ টকাকৈ বৃদ্ধি কৰা হব। আনহাতে, স্পেচিয়েল এডিচনেল ডিউটীৰ বাবদ প্ৰতিলিটাৰ পেট্ৰলত ২ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ৫ টকা বৃদ্ধি কৰা হব। এই দুয়োটা মিলাই প্ৰতিলিটাৰ পেট্ৰলত ১০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১৩ টকা বৃদ্ধি পাব।

৬ মেৰ পৰা কাৰ্যকৰী হব পেট্ৰডিজেলৰ নতুন নিৰিখ। অৱশ্যে এই মূল্যবৃদ্ধি অইল মাৰ্কেটিং কোম্পানীৰ পৰা লোৱা হব। খুচুৰা বিক্ৰীত ইয়াৰ কোনো প্ৰভাৱ নপৰে। পেট্ৰল পাম্পত ইন্ধনৰ খুচুৰা বিক্ৰীত কোনো ধৰণৰ দাম বৃদ্ধি নহয়