মাধমাৰ! বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য

সোমবাৰৰে পৰা দেশত আৰম্ভ হোৱা আনলক ১.০ৰ প্ৰথম দিনটোতে দেশবাসীৰ বাবে এটা বেয়া খবৰ। আজিৰে পৰা বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। বিনা ৰাজসাহায্যকৃত চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰে আনলক ১.০ আৰম্ভ কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আই অ চি এলৰ ৱেবচাইটত প্ৰকাশিত খবৰ অনুসৰি, ১৪.২ কিঃগ্ৰাৰ প্ৰতিটো চিলিণ্ডাৰত ১১.৫টকাকৈ মূল্যবৃদ্ধি হোৱাৰ পৰিৱৰ্তে ১৯ কিঃমিঃ চিলিণ্ডাৰত ১১দ টকাকৈ বৃদ্ধি পাব।