যোৰহাটত গুটখা বিচাৰি ৰাইজৰ দীঘলীয়া শাৰী

যোৰহাটত গুটখা বিচাৰি ৰাইজৰ দীঘলীয়া শাৰী

সুৰাৰ পিচত এইবাৰ গুটখা বিচাৰি যোৰহাটত ৰাইজে বান্ধিছে দীঘলীয়া শাৰী। অসমৰ সাংস্কৃতিক ৰাজধানী হিচাপে খ্যাত যোৰহাট মহানগৰীৰ বিবিন্ন প্ৰান্তৰ চৰকাৰে নিষিদ্ধ ঘোষণা কৰাৰ পিছতো মুকলিভাবে বিক্ৰী হৈ আছে গুটখা পান মছলা। যোৰহাট মাৰোৱাৰী পট্টি, অল্ড বালিবাটত ৰাইজে এইদৰে গুটখা বিচাৰি দীঘলিয়া শাৰী পাতিছে। এই কাৰ্যত সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।