কাজিৰঙাৰ মিহিমুখত বিভাগীয় হাতীৰ খাদ্য গ্ৰহন কেন্দ্ৰ মুকলি :

কাজিৰঙাৰ মিহিমুখত বিভাগীয় হাতীৰ খাদ্য গ্ৰহন কেন্দ্ৰ মুকলি  :
Aiidesh Photo
কাজিৰঙাৰ মিহিমুখত বিভাগীয় হাতীৰ খাদ্য গ্ৰহন কেন্দ্ৰ মুকলি  :

কাজিৰঙাৰ মিহিমুখত বিভাগীয় হাতীৰ খাদ্য গ্ৰহন কেন্দ্ৰ মুকলি  :


Aiisesh News : 31 January  :


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জৰ মিহিমুখত বিভাগীয় হাতীৰ ব্যৱহাৰ আৰু খাদ্য গ্ৰহনৰ বাবে উদ্যান কৰ্তৃপক্ষই নিৰ্মান কৰিছে এক হাতীৰ ভোজন কেন্দ্ৰ ৷ দেওবাৰৰ দিনা বনবিভাগৰ মুখ্য বন্যপ্ৰাণী বাৰ্ডেন এম কে যাদৱে ফিটা কাটি আনুষ্ঠানিক ভাৱে এই কেন্দ্ৰ মুকলি কৰে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা পৰ্যটকেও মিহিমুখৰ এই বিভাগীয় হাতীৰ ভোজন কেন্দ্ৰত বিভাগীয় হাতীৰ প্ৰতিপালনকে ধৰি হাতী বিভিন্ন কাৰ্য দৰ্শন কৰিব পাৰিব ৷ 


বিভাগীয় হাতীৰ এই কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত এম কে যাদৱৰ উপৰিও কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ,  ডি এফ অ' ৰমেশ কুমাৰ গগৈ, শোনিতপুৰৰ ডি এফ অ' অৰুণ বিঘ্নেশ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বনাঞ্চলিক বিষয়াৰ উপৰিও হাতীৰ বিভাগীয় মাউট সকলো উপস্থিত থাকে ৷

********