তিতাবৰত ছিল কৰি দিয়া হৈছে মহকুমা অসামৰিক চিকিৎসালয়

তিতাবৰত ছিল কৰি দিয়া হৈছে মহকুমা অসামৰিক চিকিৎসালয়

7 গৰাকীকৈ চিকিৎসা কৰ্মীৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছত তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। কৰোনাক প্ৰতিহত কৰিবলৈ ব্যাপক তৎপৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন আৰু তিতাবৰ মহকুমা প্ৰশাসন। ইতিমধ্যে চিকিৎসালয় খনত তলা ওলোমাই দিয়া হৈছে। স্বাস্থ্য পৰীক্ষা কৰা হৈছে সমূহ স্বাস্থ্যকৰ্মীৰ। OPD সম্পূৰ্ণৰূপে বন্ধ থকাৰ লগতে জৰুৰীকালিন সেৱা খোলা থাকিব।