যোৰহাট আৰক্ষীৰ জালত পৰিছে বৰ্তমানলৈ ১৫ টাকৈ মাটিৰ দালাল।

যোৰহাট আৰক্ষীৰ জালত পৰিছে বৰ্তমানলৈ ১৫ টাকৈ মাটিৰ দালাল।
যোৰহাট আৰক্ষীৰ জালত পৰিছে বৰ্তমানলৈ ১৫ টাকৈ মাটিৰ দালাল।

যোৰহাট আৰক্ষীৰ জালত পৰিছে বৰ্তমানলৈ ১৫ টাকৈ মাটিৰ দালাল, সোমবাৰে নিশা  ৯ জনক আটক কৰাৰ পাছত মঙ্গলবাৰে দিনত নগৰৰ বিভিন্ন অঞ্চলৰ পৰা আৰু ৬ জনক আটক কৰে যোৰহাট আৰক্ষীয়ে ।

তেওঁলোক হল ক্ৰমে ,,
মঞ্জিৎ চাংমাই, পংকজ বৰুৱা, ধৰনী চেতিয়া,

দিগন্ত গগৈ, বাবু বৰা, চিৰঞ্জিত ৰাজখোৱা,

দ্বীপ নেওগ, জ্ঞানমনি বৰবৰাৰ, বিজয় বৰা,

ভূপেন হাজৰিকা, পোনা শৰ্মা, অজিত চৰকাৰ,

শ্যাম শৰ্মা, ভূপেন হাজৰিকা, সঞ্জীৱ উপাধ্যায় |

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এই ১৫ জন মাটিৰ দালালক। 

আৰু বহু কেইজন মাটিৰ দালাল যোৰহাট আৰক্ষীৰ জালত পৰাৰ সম্ভাবনা আছে বুলি  আৰক্ষীৰ সূত্রে জানিবলৈ দিছে।

 -যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট ।