অহা পৰিষদৰ নিৰ্বাচনত শাসকীয় দলৰ পৰা উত্তম দেউৰী য়ে প্ৰাৰ্থিত্ব লাভ কৰিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব।

 অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠীৰ দেউৰী সম্প্ৰদায়ৰ লোক সকলৰ বসতি স্থল বিহপুৰীয়া কাছিকটা দেউৰী গাঁৱৰ সুযোগ্য সন্তান,দেউৰী জাতিৰ ৰাজনৈতিক সংগ্ৰামী নেতা দুৰ্নীতিৰ লগত আপোচ নকৰা আৰু বৰ্তমান পৰিষদৰ সদস্য শ্ৰীযুত উত্তম দেউৰী ডাঙৰীয়াই পৰিষদৰ অন্তৰ্গত ১৩ নং কাছিকটা সমষ্টিৰ উন্নয়নৰ ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি অহা নিৰ্বাচনত শাসকীয় দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব বুলি ৰাইজৰ মাজত আলোচনাচক্ৰৰ সৃষ্টি হৈছে।