নিমাতীত দূৰ্ঘটনা গ্ৰস্থ ফেৰী 'মা কমলাৰ' স্বত্বাধিকাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমৰ পৰা সোমবাৰে  দুপৰীয়া গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষী য়ে ।  
অসুস্থ অৱস্থাৰে পানীৰাম কলিতাক লৈ অনা হয়  যোৰহাট আৰক্ষী থানালৈ ।
বৰ্তমান তেওঁক যোৰহাট আৰক্ষী থানাত ৰখা হৈছে
নিমাতি নাও দুৰ্ঘটনাৰ সন্দৰ্ভত 
বৰ্তমানলৈকে ১২ জন আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। কেইবাজনকো আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে । যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ।

যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট ।