যোৰহাট প্ৰেছ ক্লাৱত উন্মোচন হয় আলফাৰ নেপথ্যৰ এখন গ্ৰন্থ |

এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত মিহিৰ চেতিয়াৰ চাৰি দশক যোৰা জাতীয় মুক্তি সংগ্ৰামৰ পটভূমিত ৰচনা কৰা "এজন আলফাৰ নেপথ্যত" গ্ৰন্থ খন আজি উন্মোচন কৰা হয়।

গ্ৰন্থ খন উন্মোচন কৰে  আমগুৰিৰ বিশিষ্ট ব্যক্তি চেনিৰাম গগৈয়ে |

উক্ত অনুষ্ঠানত উপস্থিত আছিল দেৱজিত গগৈ , প্ৰদীপ গগৈ , ডিম্বেশ্বৰ শইকীয়া , পোনেশ্বৰ চেতিয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।