অসমত আৰু চাৰিজন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ।

অসমত আৰু চাৰিজন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ।

বঙাইগাঁৱত নতুনকৈ কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে চাপ্ৰাকাটাৰ অনুপম ঠাকুৰীয়া, অভয়াপুৰী আমগুৰী  দীপক মল্লিক, ছহিদ বেদীৰ ববিতা বাচফৰ আৰু ৰেলৱে’ কলনীৰ নীনা মল্লিক।এই কথা টুইটাৰযোগে জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।