কৰুণা যোদ্ধাক সম্বৰ্ধনা জ্ঞাপন কৰিলে "চেম্বাৰছ অফ কমাৰচে

কৰুণা যোদ্ধাক সম্বৰ্ধনা জ্ঞাপন কৰিলে

জৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সমাজৰ হকে কাম কৰি অহা সাংবাদিক সকলৰ কাষত থিয় দিলে তিতাবৰ চেম্বাৰছ অফ কমাৰ্চ।আজি তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যলয়ত উপস্থিত হৈ সাংবাদিক সকলক চেম্বাৰছ অফ কমাৰচে সম্বৰ্ধনা জ্ঞাপন কৰে । আজি এই অনুষ্ঠানত দুই সংগঠনে যৌথ ভাবে তিতাবৰৰ আৰ্থ সামাজিক দিশত কাম  কৰি যোৱাৰ  সংকল্প গ্ৰহণ কৰে।এই অনুষ্ঠানত উপস্থিত থাকে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি,সম্পাদক লগতে সাংবাদিক সকল আৰু তিতাবৰ চেম্বাৰছ অফ কমাৰ্চৰ সভাপতি, সম্পাদকৰ লগতে বিষয় ববীয়া সকল