গোলাঘাট জিলা কাৰাগাৰত কৰোনা ভাইৰাছ

গোলাঘাট জিলা কাৰাগাৰত কৰোনা ভাইৰাছ

 

গোলাঘাট জিলা কাৰাগাৰত ৩০ জন লোকৰ শৰীৰত কভিড ১৯ পজিতিভ। ইয়াৰে ২৪ জন কয়দী আৰু ৬ জন জেল কৰ্মচাৰী লোক। জিলা কাৰাগাৰত উপস্থিত দণ্ডাধীশ আৰু চিকিৎসা বিভাগৰ লোক। গোলাঘাট জিলা কাৰাগাৰ অস্থায়ী কভিড চিকিৎসালয় হোৱা সম্ভাৱনা ।