নাজিৰা মহকুমাধিপতিৰ মহানুভৱতা

নাজিৰা মহকুমাধিপতিৰ মহানুভৱতা

নাজিৰা মহকুমাধিপতিৰ মহানুভৱতা

নাজিৰা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে দেশৰ এই জটিল ক্ষণত কৰ্মনিষ্ঠাৰে নিজৰ দ্বায়িত্ব পালন কৰাৰ লগতে আজি শিমলুগুৰি বৃদ্ধাশ্ৰমত উপস্থিত হৈ নিজাববীয়াকৈ কিছু খাদ্য সামগ্ৰী আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়ে।