প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে আশ্ৰয় লয় ছাগলী গড়ালৰ তলত

প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে আশ্ৰয় লয় ছাগলী গড়ালৰ তলত

অগৰাতলী বনাঞ্চলৰ দাঁতি কাষৰীয়া কান্ধুুলীমাৰী গাঁৱৰ বাসিন্দা বীৰ প্ৰসাদ শৰ্মা নামৰ লোকজনৰ ঘৰত বানৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে আশ্ৰয় লয় ছাগলী গড়ালৰ তলত  ৷ পুৱা ছাগলী মেলিবলৈ যাওঁতেই বাঘটো প্ৰত্যক্ষ কৰে আৰু লগে-লগে সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগে। অপ্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘটো বৰ্তমানেও আশ্ৰয় লৈ আছে ছাগলী গড়ালৰ তলত।