ৰাজ্যত পুনৰ স্বাস্থ্যকৰ্মীৰ দেহত ধৰা পৰিছে কৰোনা পোসিটিৱ

ৰাজ্যত পুনৰ স্বাস্থ্যকৰ্মীৰ দেহত ধৰা পৰিছে কৰোনা পোসিটিৱ

 

তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ এজন Laboratory technician ৰ দেহত ধৰা পৰিছে কোৱিড ১৯ । বিপুল গোস্বামীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে  চিকিৎসালয়ৰ খনৰ লগতে চৌহদ সমূহ চেনিটাইজ কৰিছে প্ৰশাসনে ।