হঠাৎ অসুস্থ হৈ পৰিল ইৰফান খান, ভর্তি চিকি‍ৎসালয়ত

হঠাৎ অসুস্থ হৈ পৰিল ইৰফান খান, ভর্তি চিকি‍ৎসালয়ত

চিকি‍ৎসালয়ৰ আইছিইউত ভর্তি কৰা হৈছে ইৰফান খানক। কালি হঠাৎত তেওঁৰ শাৰীৰিক অবস্থা বেয়া হৈ পৰে। কিছু বছৰৰ আগতে নিউৰোএন্ডোক্রিন টিউমাৰত আক্রান্ত হৈছিলে ইরফান খান।তাৰ পিছত অভিনয় জগতৰ পৰা কিছু সময় নিলগলৈ গৈছিল তেওঁ।প্রসঙ্গত, সম্প্রতি মাকক হেৰুৱাইছে ইরফানে। ইৰফানৰ মাতৃ ছইদা বেগমৰ বয়স হৈছিল ৯৫ বছৰ। শনিবাৰৰ পিছবেলা  বার্ধক্যজনিত অসুস্থতাৰ কাৰণেই মৃত্যু হৈছিল ।