লেখাপানীৰ এটা পৰিয়ালৰ কৰুণ গাঁথা...

লেখাপানীৰ এটা পৰিয়ালৰ কৰুণ গাঁথা...

লেখাপানীৰ এটা পৰিয়ালৰ কৰুণ গাঁথা । তিল তিলকৈ মৃত্যু লগত পাঁচ বছৰ ধৰি যুজঁ দি আহিছে তিনিচুকীয়া জিলাৰ লেখাপানীৰ অঞ্চলৰ ৩ নং উদয়পুৰৰ বিষ্ণু লামা ই । কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্য লৈ যোৱাৰেই কাল হৈ পৰিছে একমাত্ৰ প্ৰয়ালটোৰ উপাৰ্জন কৰা যুৱক জনৰ । ৰাজস্থানৰ এটি ৯ মহলীয়া বিল্ডিঙৰ পৰা পৰি ভৰি আৰু ৰাজ হাৰ ভাঙি যোৱা বৰ্তমান পাছবছৰ ধৰি মৃত্যুৰ ক্ষণ গনিছে যুৱক জনে । বৰ্তমান শৰীৰতোৰ কিছু অংশ মাংস পেখি ক্ষয় যোৱাত অতি সংকট অৱস্থাত জীৱন কতাইছে যুৱক জনে । যুৱকজনৰ এই দুৰৱস্থাৰ খবৰ লোৱা নাই জন প্ৰতিনিধি লগতে স্থানীয় বিধায়ক তথা সাংসদে । যিহেতু বিধায়ক ভাস্কৰ শৰ্মাৰ নিজৰ জন্ম ঠাইতে এইজন যুৱকে আৰ্থিক দুৰৱস্থাত ভূগি চিকিৎসাৰ অভাৱত মৃত্যুৰ ক্ষণ গনাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ আৰু যুৱ সমাজ ।       জাগুণ লেখাপানীৰ পৰা এই দেশ