৮ মে' ২০২০, আজিৰ দিনটোৰ শিৰোণাম

► কোকা-কোলাৰ ১৩৪ বছৰ অতিক্ৰম
► ছছিযেল মিডিয়াত ভাইৰাল মুম্বাইৰ Sion Hospital ৰ ভিডিঅ
► পঞ্জাবত ভাৰতীয় বায়ুসেনাৰ MiG-29 বিমান দুৰ্ঘটনাগ্ৰস্ত
► ডিজিটেল ইণ্ডিয়াৰ দিশলৈ আৰু এঢাপ আগুৱাইছে দেশ - মুকেশ আম্বানী
► ছ’চিয়েল নেটৱর্কত মন্তব্য দি জে’ললৈ সাংবাদিক জমচেৰ
► ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৬ লৈ বৃদ্ধি
► নতুন ৰোগীৰ বাবে বন্ধ কৰা হ’ল GMCH
► কোকৰাঝাৰত ৭ কেলএলঅ উগ্ৰপন্থীক গ্ৰেপ্তাৰ
► মহানগৰবাসীয়ে উলংঘা কৰিছে লক ডাউন, শিশুসকলক ঘৰৰ পৰা উলিয়াই নানিব
► ক’ৰোনা এফেক্টঃ ভাৰতত ডিচেম্বৰলৈ উপজিব ২.১ কোটি শিশু
► দক্ষিণ যোৰহাটৰ চৰ্দাৰ আলিৰ এটা পৰিচয় বিলুপ্ত -ইতিহাস হ'ল দুশ বছৰীয়া শিমলু গছ