বিপদৰ বন্ধু কমলা দেউৰী য়ে বৃদ্ধাৱস্থা সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে |

বিপদৰ বন্ধু কমলা দেউৰী য়ে বৃদ্ধাৱস্থা  সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে |
বিপদৰ বন্ধু কমলা দেউৰী য়ে বৃদ্ধাৱস্থা  সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে |
বিপদৰ বন্ধু কমলা দেউৰী য়ে বৃদ্ধাৱস্থা  সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে |
বিপদৰ বন্ধু কমলা দেউৰী য়ে বৃদ্ধাৱস্থা  সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে |

অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠীৰ দেউৰী সম্প্ৰদায়ৰ লোক সকলৰ বসতি স্থল বিহপুৰীয়া কাছিকটা দেউৰী গাঁৱৰ নিবাসী  প্ৰয়াত বাটাং দেউৰীৰ সহধৰ্মিণী শ্ৰীযুতা গাদাচি দেউৰী প্ৰায় ছয় মাহ ধৰি অচিন ৰোগত দুয়োটা চকু সম্পূৰ্ণ বাবে নেদেখা হৈ আছিল। কাছিকটা দেউৰী গাঁৱৰ সুযোগ্য সন্তান আৰু বিপদৰ বন্ধু শ্ৰীযুত কমলা দেউৰী ডাঙৰীয়াই যোৱা ৩০-৮-২০২১ তাৰিখে চকু চিকিৎসকৰ দ্বাৰা পৰীক্ষা - নিৰীক্ষাৰ শেষত আই হস্পিতেলত অপাৰেচন হয় ।সম্পূৰ্ণ খৰছ কমলা দেউৰী য়ে বহন কৰে। আনহাতে পিঠাগুৰি দেউৰী গাৱঁৰ নিৱাসী প্ৰয়াত লোকনাথ দেউৰীৰ সহধৰ্মিণী শ্ৰীযুতা গুনসতী দেউৰী ৰ দুয়োটা কাণ সম্পূৰ্ণ বাবে নুশুনা হৈ আছিল বিপদৰ বন্ধু কমলা দেউৰী য়ে বিশেষ সূত্ৰে খৱৰ পাই গুনসতী পৰিয়ালৰ যোগাযোগ কৰি গুৱাহাটীৰ কাণৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি কাণত লগোৱা মেচিন কিনি আনি গুনসতী দেউৰীক দান কৰে। কমলাৰ এনে কৰ্মৰাজীক কৃতজ্ঞতা জনাইছোঁ। তেওঁ এজন সৎ ,দূৰদৰ্শী ,  কৰ্মযোগী আৰুঅসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠীৰ দেউৰী সম্প্ৰদায়ৰ লোক সকলৰ বসতি স্থল পিঠাগুৰি দেউৰী গাঁৱৰ নিবাসী প্ৰয়াত লোকনাথ দেউৰীৰ সহধৰ্মিণী শ্ৰীযুতা গুনলতা দেউৰী আজি বহুত দিনৰ পৰা অচিন ৰোগত দুয়োটা কাণ সম্পূৰ্ণ বাবে নুশুনা হৈ আছিল। কাছিকটা দেউৰী গাঁৱৰ সুযোগ্য সন্তান আৰু বিপদৰ বন্ধু কমলা দেউৰী য়ে বিশেষ সূত্ৰে খৱৰ পাই গুনলতা দেউৰীৰ পৰিয়ালৰ লগত যোগাযোগ কৰি গুৱাহাটীলৈ গৈ বিশেষজ্ঞ লগত কথা পাতি কাণত লগোৱা মেচিন কিনি আনি গুনলতা দেউৰী ক দান কৰে । তেখেতৰ কৰ্মৰাজীক ৰাইজে কৃতজ্ঞতা জনাইছে। তেওঁ এজন সৎ ,দূৰদৰ্শী ,  কৰ্মযোগী আৰু হৃদয়বান ব্যক্তি আমাৰ হৃদয়ত সদায় জিলিকি থাকিব । হে মান্যবৰ আপোনাৰ কৰ্মৰাজিয়ে জাতিক জাকত জিলিকা কৰি উঠাৰ ক্ষেএত আপোনাক ভগৱানে আশীৰ্বাদ কৰক বুলি কুণ্ডিমামাৰ ওচৰত প্ৰাথৰ্না জনাইছোঁ । গুনসতী দেউৰী আৰু গাদাচি দেউৰীৰ পৰিয়ালৰ লগতে  গাঁও বাসী ৰাইজে কমলা দেউৰী ৰ সহানুভুতিক ভূয়শী প্ৰশংসিত হৈ ধন্যবাদৰ লগতে দীৰ্ঘায়ু কামনা কৰিছে । হৃদয়বান ব্যক্তি আমাৰ হৃদয়ত সদায় জিলিকি থাকিব । হে মান্যবৰ আপোনাৰ কৰ্মৰাজিয়ে জাতিক জাকত জিলিকা কৰি উঠাৰ ক্ষেএত আপোনাক ভগৱানে আশীৰ্বাদ কৰক তাৰ বাবে ভগৱানৰ ওচৰত   প্ৰাৰ্থনা জনাইছোঁ।