নুমলীগড়ৰ নগাকটা অঞ্চলত উদ্ধাৰ লাজুকী বান্দৰ :

নুমলীগড়ৰ  নগাকটা অঞ্চলত উদ্ধাৰ লাজুকী বান্দৰ :
Photo : Uttam Saikia
নুমলীগড়ৰ  নগাকটা অঞ্চলত উদ্ধাৰ লাজুকী বান্দৰ :

নুমলীগড়ৰ  নগাকটা অঞ্চলত উদ্ধাৰ লাজুকী বান্দৰ : 
AIIDESH.NEWS : May.6 : 


নুমলীগড়ৰৰ  নগাকটা অঞ্চলত আজি দিনৰ ভাগতে উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ এটা লাজুকী বান্দৰ ৷ নিশাচৰ প্ৰাণী লাজুকী বান্দৰটোক অঞ্চলটোৰ স্থানীয় লোকে দিনৰ ভাগত প্ৰত্যক্ষ কৰি কৰায়ত্ব কৰি আনি কোনো দুখ নোপোৱাকৈ বন বিভাগৰ হাতত অৰ্পণ কৰে ৷ দুষ্পাপ্য লাজুকী বান্দৰ  চাবলৈ সমাগম হয় স্থানীয় লোকৰ ৷ উদ্ধাৰ হোৱা লাজুকী বান্দৰটোৰ স্বাস্থ্য পৰীক্ষা কৰি কোনো ধৰণৰ আঘাত নোপোৱাত বকীয়াল খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মীয়ে  নুমলীগড়ৰ  দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত লাজুকী বান্দৰটোক  মুকলি কৰি দিয়ে ।