এয়াৰলাইনসমূহে যাত্ৰীক ঘূৰাই দিব লাগিব বুক কৰা টিকেটৰ ধন

এয়াৰলাইনসমূহে যাত্ৰীক ঘূৰাই দিব লাগিব বুক কৰা টিকেটৰ  ধন

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰতে ২২ মাৰ্চৰ পৰা সকলো আন্তঃৰাষ্ট্ৰীয় বিমান আৰু ২৫ মাৰ্চৰ পৰা ঘৰুৱা বিমানৰ উৰণ নিষিদ্ধ কৰিছিল।লকডাউন বৃদ্ধি কৰাৰ পিছত ডি জি চি এই ৩ মে’লৈকে সকলো ঘৰুৱা আৰু আন্তঃৰ্জাতিক বিমান বাতিল থাকিব বুলি জাননী জাৰি কৰিছিল।ডি জি চি এ শেহতীয়াকৈ দিছে এক নিৰ্দেশ।লকডাউনৰ সময়ত বুক কৰা টিকেটৰ দাম ঘূৰাই বিচাৰিলেএয়াৰলাইনসমূহে যাত্ৰীক ঘূৰাই দিব লাগিব।কোনো ধৰণৰ বাতিলকৰণ মাচুল নোহোৱাকৈ যাত্ৰীক এয়াৰলাইনসমূহে এই ধন ঘূৰাই দিব লাগিব।