গোলকগঞ্জত কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ

গোলকগঞ্জত কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ

 

আজি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্দোগত গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিত কৃষক নেতা অখিল গগৈ ,বিটু সোনোৱাল,ধৈৰ্য্য কোঁৱৰৰ মুক্তিৰ দাবীত আৰু তেওঁলোকৰ স্বাস্থ্যৰ অবস্থা প্ৰতিদিনে ৰাজহুৱা কৰাৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

 

কাৰাগাৰত কোভিড-১৯ আক্ৰান্ত কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।