মিছেছ ইণ্ডিয়াৰ ফাইনেলত গহপুৰৰ শিক্ষয়িত্রী ছায়া গোস্বামী

মিছেছ ইণ্ডিয়াৰ ফাইনেলত গহপুৰৰ শিক্ষয়িত্রী ছায়া গোস্বামী
ছায়া গোস্বামী

মিছন ড্রিমছৰ উদ্যোগত অনুষ্ঠিত মিছেছ ইণ্ডিয়া২০২০ শীর্ষক সৌন্দর্য প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডত প্রৱেশ কৰি গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মহকুমাটোৰ ওপৰ ৰজাবাৰী প্রাথমিক বিদ্যালয়ৰ কৃতী শিক্ষয়িত্রী ছায়া গোস্বামীয়ে ৷ উক্ত সৌন্দর্য প্রতিযোগিতাখনৰ নিয়ম অনুসৰি চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিবলৈ এতিয়া ছায়া গোস্বামীক অসমবাসী ৰাইজৰ সঁহাৰিৰ প্রয়োজন হৈছে ৷ এইক্ষেত্রত উক্ত প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ ভোটিং প্রক্রিয়াত অসমবাসী ৰাইজে ছায়া গোস্বামীক সহায় কৰিলে চূড়ান্ত বিজয়ী হোৱাৰ পথত অগ্রগতি লাভ কৰিবলৈ সক্ষম হব কৃতী শিক্ষয়িত্রীগৰাকী ৷ গতিকে অসমবাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠনক এইক্ষেত্রত ভোট প্রদান কৰি সহায় সহযোগিতা আগবঢ়াবৰ বাবে ছায়া গোস্বামীয়ে আহ্বান জনাইছে ৷ প্রতিযোগিতাখনত ছায়া গোস্বামীৰ বাবে ভোট প্রদানৰ লিংক হ https//www.missiondreams.com/pages//contestant/80877e7e cd 98 4f65 806d 714 b2 cffcdfa