মালয়বাৰীত ২৫ বিঘা বড়োধানৰ খেতি, পথাৰত অতুল বৰা
                            সোণাপুৰৰ নিকটৱৰ্তী মালয়বাৰীত প্ৰায় ২৫ হাজাৰ বিঘা ভূমিত কৰা বিজ্ঞানসন্মত বড়ো ধানৰ খেতিপথাৰ পৰিদৰ্শন কৰি কৃষি মন্ত্ৰী অতুল বৰাই। পৰিদৰ্শন কালত কৃষকসকলৰ লগত মত-বিনিময় কৰি তেখেতলোকক সকলোধৰনৰ সহায়-সহযোগিতা আৰু প্ৰয়োজনীয় সা-সুবিধা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। কৃষক ৰাইজে আশা কৰাৰ ধৰণেই উৎপাদন হ'ব বুলি সম্পূৰ্ণ আশাবাদী মন্ত্ৰী বৰা।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
