জার্মানত পিপিইৰ দাৱীত নগ্ন হৈ প্রতিবাদ চিকিৎসকৰ
                        নিজৰ জীৱনৰ নিৰাপত্তাৰ বাবে জার্মানৰ একদল চিকিৎসকে উলংগ প্ৰতিবাদ কৰিছে। এক ৱেবছাইট আৰম্ভ কৰি তাত নিজৰ নগ্ন ফটো আপলোড কৰিছে। লগতে চিকিৎসকসকলৰ সেই অভিনব আন্দোলনে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ জার্মানিত। আন্দোলনকাৰী চিকিৎসকলক সহযোগিতা আগবঢ়াইছে সাধাৰণ নাগৰিকেও।কার্যত নগ্ন হৈ চিকিৎসা কৰিছে তেওঁলোকে। ফাইল, টয়লেট পেপাৰৰ ৰোল নতুবা ঔষধ বাকচসহ অন্যান্য কিছু সামগ্ৰীৰ দ্বাৰা নিজৰ দেহক যিমান ৰািৰ ঢাকিবলৈ চেষ্টা কৰি ৰোগীক চিকিৎসা কৰি গৈছে এই সকল চিকিৎসকে ।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
