নলবাৰীৰ বেলশৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে নিচাস যুক্ত সামগ্ৰী
![নলবাৰীৰ বেলশৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে নিচাস যুক্ত সামগ্ৰী](https://aiidesh.news/uploads/images/image_750x_5ee0cab5ca144.jpg)
নলবাৰীৰ বেলশৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে নিচাস যুক্ত সামগ্ৰী ৷নলবাৰী চামতাৰ আমনিৰ পৰা আজাদ আলী নামৰ ড্ৰাগছ ব্যাবসায়ী জনৰ পৰা উদ্ধাৰ কৰে নিচাযুক্ত সামগ্ৰী খিনি ৷বহুদিন ধৰি এই লোক জন ড্ৰাগছ ব্যাবসায়ীৰ সৈতে জৰিত আছিল ৷বেলশৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি এই লোকজনক গ্ৰেপ্তাৰ কৰে