বোকাখাতৰ ডিফলু নদীত ডুবি নিৰুদ্দেশ মহিলা : সাহসী যুৱকে উদ্ধাৰ কৰে লগৰ পাঁচ গৰাকীকৈ মহিলাক :

বোকাখাতৰ ডিফলু নদীত ডুবি নিৰুদ্দেশ মহিলা : সাহসী যুৱকে উদ্ধাৰ কৰে লগৰ পাঁচ গৰাকীকৈ মহিলাক  :
Aiidesh Photo

Aiidesh News  :  6th September  :

বোকাখাতৰ সমীপৰ ডিফলু চাহ বাগিছাৰ ডিফলু নদী নিৰুদ্দেশ হৈছে ভাৰতী ভুমিজ নামৰ এগৰাকী মহিলাৰ ৷ ডিফলু নদাৰ ওলমা দলংৰ সমীতে সংঘৰ্টিত হৈছে এই ঘটনা ৷ লগৰীয়াৰ সৈতে বাগানত কাম কৰিবলৈ যোৱা মহিলা গৰাকীয়ে লগৰ পাঁচ গৰাকী মহিলাৰ সৈতে  নদী পাৰ হওঁতেই ডিফলু নদীৰ সোঁতে কেউগৰাকীকে উটুৱাই নিয়ে ৷ স্থানীয় পিন্টু তাঁতী নামৰ যুৱক দনে নিজৰ প্ৰাণকো তুচ্চ কৰি পানীত জপিয়াই মহিলা ৫ গৰাকীক উদ্ধাৰ কৰে যদিও ভাৰতী ভুমিজ পানীত ডুবি নিৰুদ্দেশ হয় ৷ ঘটনাৰ পিচতেই স্থানীয় লোকে নদীৰ পানীত নিৰুদ্দেশ হোৱা ভাৰতী ভুমিজৰ সন্ধানত আভিযান অৰম্ভ কৰে ৷ ঘটনাৰ খবৰ পোৱাৰ পিচত বোকাখাতৰ এটি আৰক্ষীৰ দল আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলগৈ  ঘটনাস্থলীত উপস্থিত হয় আৰু নিৰুদ্দেশ ভাৰতী ভুমিজৰ সন্ধানত ডিফলু নদীত অভিযান আৰম্ভ কৰে ৷ এই প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে ভাৰতী ভুমিজৰ কোনো সন্ধান পোৱা নাই অভিযানকাৰী দলে  ৷

ডিফলু নদী পাৰ হোৱাৰ সময়তেই পানীত ডুবি মহিলা গৰাকী নিৰুদ্দেশ হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ 

*******